ভীম আৰ্মি প্ৰমুখ চন্দ্ৰশেখৰ আজাদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে

ভীম আৰ্মি প্ৰমুখ চন্দ্ৰশেখৰ আজাদে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে
  • ভীম আৰ্মি প্ৰমুখ চন্দ্ৰশেখৰ আজাদৰ ইউ-টাৰ্ণ।
  • পূৰ্বে বাৰানসীৰ পৰা প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজ দিয়াৰ মন্তব্য কৰিছিল আজাদে।
  • চন্দ্ৰশেখৰ আজাদে কয়-
  • 'বিজেপিক হৰুৱাবলৈ দলিত সম্প্ৰদায়ৰ ভোটবোৰ একত্ৰিত কৰি ৰখাৰ লগতে তেওঁলোকৰ সমূহ সংগঠনে সমাজৱাদী পাৰ্টি-বিএছপিৰ মিত্ৰজোঁটক সমৰ্থন কৰিব।'
  • উল্লেখ্য যে, কিছুদিন পূৰ্বে মায়াৱতীয়ে তেওঁক বিজেপিৰ এজেন্ট বুলি অভিযোগ উত্থাপন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in