অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সৈতে পুত্ৰক আৰক্ষীৰ গৃহবন্দী…VIDEO

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সৈতে পুত্ৰক আৰক্ষীৰ গৃহবন্দী…VIDEO
  • অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টি ডি পি দলৰ নেতা চন্দ্ৰবাবু নাইডুক আৰক্ষীৰ গৃহবন্দী।
  • বুধবাৰে পুৱাৰে পৰা নাইডুৰ ঘৰৰ চাৰিওফালে আৰক্ষীৰ কটকটীয়া বেষ্টনী।
  • নাইডুৰ পুত্ৰকো ওলাবলৈ দিয়া নাই ঘৰৰ পৰা।
  • দৰাচলতে ৰাজ্যখনৰ শাসনাধীন দল YSRCP ৰ কৰ্মীয়ে টি ডি পি দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা আছিল।
  • পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাস্থানতো প্ৰশাসনে জাৰি কৰিয়ে ১৪৪ ধাৰা।
  • ৰাজ্য জুৰি প্ৰতিবাদী কাৰ্যসুচী ঘোষণা কৰিছিল টি ডি পি দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in