শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সৈতে পুত্ৰক আৰক্ষীৰ গৃহবন্দী…VIDEO

588
  • অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা টি ডি পি দলৰ নেতা চন্দ্ৰবাবু নাইডুক আৰক্ষীৰ গৃহবন্দী।
  • বুধবাৰে পুৱাৰে পৰা নাইডুৰ ঘৰৰ চাৰিওফালে আৰক্ষীৰ কটকটীয়া বেষ্টনী।
  • নাইডুৰ পুত্ৰকো ওলাবলৈ দিয়া নাই ঘৰৰ পৰা।
  • দৰাচলতে ৰাজ্যখনৰ শাসনাধীন দল YSRCP ৰ কৰ্মীয়ে টি ডি পি দলৰ কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ তুলি আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা আছিল।
  • পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাস্থানতো প্ৰশাসনে জাৰি কৰিয়ে ১৪৪ ধাৰা।
  • ৰাজ্য জুৰি প্ৰতিবাদী কাৰ্যসুচী ঘোষণা কৰিছিল টি ডি পি দলে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি