বিৰোধীৰ বিৰুদ্ধে মোডীয়ে লগাইছে আয়কৰ বিভাগঃ গুৰুতৰ অভিযোগ চন্দ্ৰবাবু নাইডুৰ…

বিৰোধীৰ বিৰুদ্ধে মোডীয়ে লগাইছে আয়কৰ বিভাগঃ গুৰুতৰ অভিযোগ চন্দ্ৰবাবু নাইডুৰ…
  • আয়কৰ বিভাগৰ অভিযানৰ বিৰুদ্ধে অভিযোগ উত্থাপন অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপি মুৰব্বী চন্দ্ৰবাবু নাইডুৰ।
  • এই বিভাগটোৰ এই অভিযানক একপক্ষীয় অভিযান বুলি মন্তব্য কৰি কয়-
  • 'আয়কৰ বিভাগে একপক্ষীয় অভিযান চলাই আছে টিডিপিৰ নেতা-কৰ্মীৰ ক্ষেত্ৰত।'
  • 'নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতেই এতিয়া যুদ্ধসদৃশ পৰিৱেশ সৃষ্টি হৈছে।'
  • 'আপোনালোকে সকলোকে সমান চকুৰে চাব লাগে।'
  • 'কিন্তু এয়া তাৰ বিপৰীতহে হোৱা দেখা গৈছে।'
  • 'নৰেন্দ্ৰ মোডীয়ে বিৰোধীৰ বিৰুদ্ধে আয়কৰ বিভাগক লগাইছে।'
  • 'নৰেন্দ্ৰ মোডীয়ে গণতন্ত্ৰক ধ্বংস কৰিব বিচাৰিছে।'
  • 'সেয়েহে মই ভাৰত বচোৱা, গণতন্ত্ৰ বচোৱা অভিযান আৰম্ভ কৰিছো।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in