চানমাৰিত পথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল জীপ, মহতিয়াই নিলে বুলেট আৰু স্কুটী…

চানমাৰিত পথৰ ডিভাইডাৰত খুন্দা মাৰি বাগৰি পৰিল জীপ, মহতিয়াই নিলে বুলেট আৰু স্কুটী…
  • মহানগৰিৰ চানমাৰিত পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী এখন জীপে খুন্দা মাৰিলে ডিভাইডাৰত।
  • ডিভাইডাৰত খুন্দামাৰি ৰাজপথৰ মাজতে বাগৰি পৰিল জীপখন।
  • এই ঘটনাত জীপখনে মহতিয়াই নিলে এখন বুলেট আৰু স্কুটী ।
  • দুৰ্ঘটনাগ্ৰস্ত জীপখন আহি আছিল নাৰেঙ্গী দিশৰ পৰা।
  • এটা শিশুক বিদ্যালয়ত থৈ ঘূৰি আহিছিল জীপখন।
  • জীপখনৰ গৰাকীৰ নাম জিতুমণি ডেকা।
  • সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।
  • দুৰ্ঘটনাত পতিত জীপখনৰ নম্বৰ AS 01 EX 1210
  • আনহাতে জীপখনে মহতিয়াই নিয়া বুলেট খনৰ নম্বৰ AS O1 DK 8384
  • এই দুৰ্ঘটনাৰ পিছতে ৰাজপথৰ দুয়াপে তীব্ৰ যানযতৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in