শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

চানমাৰীত ৰে’ল লাইনত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ…VIDEO

ডিজিটেল ডেস্কঃ মহানগৰীৰ চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ মুখ্য কাৰ্যালয়ৰ সমীপত ৰে’ল লাইনত উদ্ধাৰ বিয়লি উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ। আনুমানিক প্ৰায় ৩৮ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে চানমাৰী আৰক্ষীক।

https://www.facebook.com/442765899156391/videos/197255062346860

ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী থানাৰ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰাৰ লগতে খবৰ দিয়ে আৰপিএফক। ইফালে, একাংশ স্থানীয় ৰাইজে মহিলাগৰাকীয়ে ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি