Published on:
Updated on:
- চানমাৰী দিশৰ পৰা প্ৰতিবাদী সমদল৷
- গুৱাহাটী ক্লাৱৰ দিশে আগবাঢ়িছে প্ৰতিবাদ সমদলটো।
- অসম চৰকাৰ হায় হায়, সৰ্বানন্দ হায় হায় শ্লগান।
- আহ অসমীয়া ওলাই আহেৰে সকলোকে ওলাই অহাৰ আহ্বান।
- গুৱাহাটীৰ বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনাৰ খবৰ।
- ঠায়ে ঠায়ে আৰক্ষীৰ শূণ্যলৈ গুলীচালনা।
Code:
Asomiya Pratidin
www.asomiyapratidin.in