শেহতীয়া খবৰ
১ মিনিটত ২৫খবৰ...  •  ধলপুৰ আৰক্ষী চকীত পুনৰ চাৰিজনৰ দেহত কোভিড পজিটিভ..  •  ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰি হাজোতিৰ পলায়ন...  •  অসমঃ স্বাধীনতা দিৱসত কোনে ক'ত কৰিব পতাকা উত্তোলন...সবিশেষ  •  উচ্চতম ন্যায়ালয়ে নিজৰ দায়িত্ব পালন কৰিবই লাগিব,নহলে গণতন্ত্ৰৰ ধংস অনিবাৰ্য...  •  ছয়গাঁৱত কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু...  •  নাহৰলাগুনত বান, লাগুন নদীৰ বানত ওপঙিছে গাড়ী-মটৰ...  •  ই আই এৰ সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ত পুনঃবিবেচনাৰ বাবে কেন্দ্ৰই জনোৱা আবেদন নাকচ সবোচ্চ ন্যায়ালয়ৰ...  •  বানৰ পাছত চৰহা পোকে নষ্ট কৰিছে কৃষিভূমিঃ মূৰে-কপালে হাত দিছে কৃষক ৰাইজে, প্ৰতিবাদত নামিছে ছাত্ৰ সন্থা...  •  তীৰ্থযাত্ৰীৰ বাবে সুখবৰ: ১৬ আগষ্টৰ পৰা মুকলি হ'ব বৈষ্ণো দেৱী যাত্ৰা, দৈনিক ৫০০ যাত্ৰী যাব পাৰিব মন্দিৰলৈ...

চানমাৰীত প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন…

174
  • গুৱাহাটীত বৃহস্পতিবাৰেও উত্তপ্ত পৰিৱেশ।
  • চানমাৰীত-শিলপুখুৰীত ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী।
  • প্ৰতিবাদকাৰীয়ে ভাঙিলে আৰক্ষীৰ বাহন।
  • হাজাৰ হাজাৰ প্ৰতিবাদকাৰীৰ সন্মুখত নিস্তেজ আৰক্ষী।
  • প্ৰতিবাদস্থলী এৰি পলাবলৈ বাধ্য আৰক্ষী।
  • ইফালে বিভিন্ন স্থানত প্ৰতিবাদী জনতাক চত্ৰভংগ দিয়াবলৈ গুলীবৰ্ষণ কৰিছে সেনাই।
  • পিছ হুহকি অহা নাই প্ৰতিবাদকাৰী।
  • সেনাক উভতি ধৰিছে প্ৰতিবাদকাৰীয়ে।
  • প্ৰতিবাদকাৰীক প্ৰহাৰ সেনাৰ।
  • সেনা জোৱানকে প্ৰহাৰ কৰিছে প্ৰতিবাদকাৰীয়ে।
  • অসমীয়াৰ আৱেগ তহতে কি বুজিবি, জয় আই অসম শ্লগান প্ৰতিবাদকাৰীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি