Published on:
Updated on:
- বামুনীমৈদামত চানমাৰী আৰক্ষীৰ অভিযান।
- আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ধৃত যুৱকক।
- এটা এটিএম ভাঙি যুৱক কেইজনে লুটি নিছিল ধন।
- ইণ্ডিয়ান অফাৰছীছ বেংকৰ চানমাৰীস্থিত এটিএমৰ পৰা ধন লুটিছিল।
- গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে- দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা।
- বামুনীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱক কেইজনক।
- লগতে জব্দ কৰে ২ লাখ ৪০ হাজাৰ টকা নগদ ধন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in