শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

চানমাৰী আৰক্ষীৰ সফল অভিযান, ২.৪০ লাখ টকাসহ গ্ৰেপ্তাৰ ৩ জনক…

3,358
  • বামুনীমৈদামত চানমাৰী আৰক্ষীৰ অভিযান।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ধৃত যুৱকক।
  • এটা এটিএম ভাঙি যুৱক কেইজনে লুটি নিছিল ধন।
  • ইণ্ডিয়ান অফাৰছীছ বেংকৰ চানমাৰীস্থিত এটিএমৰ পৰা ধন লুটিছিল।
  • গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে- দ্বীপ মুদৈ, সুভাষ কলিতা আৰু সোমনাথ ধাৰা।
  • বামুনীমৈদামৰ এটা ফ্লেটৰ পৰা গ্ৰেপ্তাৰ কৰে যুৱক কেইজনক।
  • লগতে জব্দ কৰে ২ লাখ ৪০ হাজাৰ টকা নগদ ধন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি