চানমাৰীত বস্তাত ভৰাই পেলাই থৈ যোৱা মৃতদেহ চিনাক্ত কৰিলে পৰিয়ালে…

চানমাৰীত বস্তাত ভৰাই পেলাই থৈ যোৱা মৃতদেহ চিনাক্ত কৰিলে পৰিয়ালে…
  • চানমাৰীত উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় উদ্ধাৰ।
  • মৃতদেহটো টিংকল শৰ্মাৰ বুলি চিনাক্ত।
  • যিটো স্থানত মৃতদেহটো উদ্ধাৰ হৈছে তাৰ কাষতেই ভাড়া ঘৰত আছিল টিংকল।
  • চানমাৰীৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয়ৰ কাষত উদ্ধাৰ হৈছিল মৃতদেহটো।
  • টিংকল শৰ্মা মহানগৰীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰ।
  • টিংকলৰ ভনীয়েকৰ বেলতলাৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসা চলি আছে।
  • টিংকলৰ ঘৰ বেলসৰৰ চামতাত বুলি জানিব পৰা গৈছে।
  • মৃতদেহটো টিংকলৰ বুলি চিনাক্ত কৰিলে তেওঁৰ খুড়াকে।
  • ইফালে টিকংলক তেওঁৰ পিতৃয়েই হত্যা কৰাৰ সন্দেহ কৰা হৈছে।
  • আৰক্ষীয়ে আটক কৰিছে পিতৃ অম্বিকা শৰ্মাক।
  • চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত অম্বিকা শৰ্মা।
  • চানমাৰী আৰক্ষীয়ে ইতিমধ্যে লৈ গৈছে মৃতদেহটো।
  • টিকংলক কোনে, কি কাৰণত হত্যা কৰিলে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in