পঞ্জাৱত ১ মে’ৰ লৈকে লকডাউন বৃদ্ধি, কিন্তু কৃষকসকলক দিয়া হৈছে ৰেহাই…

পঞ্জাৱত ১ মে’ৰ লৈকে লকডাউন বৃদ্ধি, কিন্তু কৃষকসকলক দিয়া হৈছে ৰেহাই…
  • উৰিষ্যাৰ পাছত পঞ্জাৱতো লকডাউনৰ সময়সীমা বৃদ্ধি।
  • ১ মে'ৰ লৈকে বৃদ্ধি কৰা হৈছে পঞ্জাৱত লকডাউনৰ সময়সীমা।
  • শুকুৰবাৰে অনুষ্ঠিত হোৱা কেবিনেটৰ বৈঠকত লোৱা হয় এই সিদ্ধান্ত।
  • মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আনুষ্ঠানিকভাৱে কৰে এই ঘোষণা।
  • এই লকডাউন সময়চোৱাত কৃষকসকলক ৰেহাই দিয়া হব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
  • ১৫ এপ্ৰিলৰ পৰা ৰাজ্যখনত ঘেহুঁৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in