ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ…

ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ…
  • ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ।
  • হায়দৰাবাদৰ চিকিৎসক যুৱতীৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে এই প্ৰতিবাদ।
  • তেওঁলোকৰ দাবী দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে।
  • হাতে হাতে প্লে'কাৰ্ড লৈ ছণ্ডীগড় প্ৰদেশ মহিলা কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in