শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে…

74

ডিজিটেল ডেস্কঃ চণ্ডিগড়ৰ ৰাজপথত এগৰাকী যুৱতী এজন লোকৰ ওপৰত জপীয়াই পৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ট্ৰিবিউন চ’কৰ সমীপত প্ৰথমে দুখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ। তাৰ পিছতে সংঘৰ্ষই লয় ভয়াৱহ ৰূপ। প্ৰথমে দুয়োটা ফৈদৰ মাজত কথাৰ কটাকটি আৰু তাৰ পিছতে ৰডেৰে যুৱতীগৰাকীয়ে আক্ৰমণ কৰে লোকজনক।

এতিয়া এই দৃশ্য ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱতীগৰাকীক আটক কৰে। আটক কৰাৰ পিছতে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে যুৱতীগৰাকীক হাজিৰ কৰা বুলি জানিব পৰা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি