চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে…

চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী,  যুৱকক কৰিলে…

ডিজিটেল ডেস্কঃ চণ্ডিগড়ৰ ৰাজপথত এগৰাকী যুৱতী এজন লোকৰ ওপৰত জপীয়াই পৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ট্ৰিবিউন চ'কৰ সমীপত প্ৰথমে দুখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ। তাৰ পিছতে সংঘৰ্ষই লয় ভয়াৱহ ৰূপ। প্ৰথমে দুয়োটা ফৈদৰ মাজত কথাৰ কটাকটি আৰু তাৰ পিছতে ৰডেৰে যুৱতীগৰাকীয়ে আক্ৰমণ কৰে লোকজনক।

এতিয়া এই দৃশ্য ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱতীগৰাকীক আটক কৰে। আটক কৰাৰ পিছতে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আৰক্ষীয়ে যুৱতীগৰাকীক হাজিৰ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in