সচিবালয়ত উষ্মা দেখুওৱা মন্ত্ৰীৰ মুখ থেকেচা, চন্দন কাকতিৰ নিলম্বন প্ৰত্যাহাৰ

সচিবালয়ত উষ্মা দেখুওৱা মন্ত্ৰীৰ মুখ থেকেচা, চন্দন কাকতিৰ নিলম্বন প্ৰত্যাহাৰ
  • নিলম্বন প্ৰত্যাহাৰ হ'ল সচিবালয়ৰ কৰ্মচাৰী চন্দন কাকতিৰ।
  • ১২ জুনত কাকতিক নিলম্বন কৰিছিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।
  • নিলম্বনৰ নিৰ্দেশৰ বিৰোধিতাৰে আন্দোলনত নামিছিল সচিবালয় সেৱা সন্থাৰ।
  • মুখ্যমন্ত্ৰীয়ে দিছিল তদন্তৰ নিৰ্দেশ।
  • আই এছ বিষয়া ৰাজেশ প্ৰশাদে কৰিছিল ঘটনাৰ তদন্ত।
  • তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰত্যাহাৰ হ'ল কাকতিৰ নিলম্বন।
  • মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে সচিবালয় সেৱা সন্থই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in