বিদ্যালয়লৈ গৈ থকা অৱস্থাত চামগুৰিত ছাত্ৰীক অপহৰণ

বিদ্যালয়লৈ গৈ থকা অৱস্থাত চামগুৰিত ছাত্ৰীক অপহৰণ
  • চামগুৰিত সংঘটিত ছাত্ৰী অপহৰণ কাণ্ড।
  • অপহৃত ছাত্ৰীগৰাকীৰ নাম সবিতা বেগম
  • ছাত্ৰীগৰাকীৰ বয়স প্ৰায় ১৪ বছৰ।
  • বিদ্যালয়লৈ গৈ থকা অৱস্থাত অপহৰণ কৰি নিছিল ছাত্ৰী গৰাকীক।
  • চামগুৰি বালিকা বিদ্যালয়ৰ ছাত্ৰী আছিল অপহৃতা সবিতা বেগম।
  • অপহৰণ কাণ্ডৰ লগত দুজন ব্যক্তি জড়িত থকাৰ সন্দেহ পৰিয়ালৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in