কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান…

কেব বিৰোধী প্ৰতিবাদক লৈ শংকিত কেন্দ্ৰঃ অসমলৈ প্ৰেৰণ অতিৰিক্ত অৰ্ধ সামৰিক বাহিনীৰ জোৱান…
  • কেববিৰোধী আন্দোলনে অধিক ভয়ংকৰ ৰূপ লৈছে ৰাজ্যত।
  • উত্তৰ পূবৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰেৰণ কৰিছে অৰ্ধ সামৰিকৰ ৫০০০ হাজাৰ জোৱান।
  • ইফালে ত্ৰিপুৰালৈও প্ৰেৰণ কৰা হৈছে দুটাকৈ সেনা জোৱানৰ দল।
  • প্ৰাপ্ত খবৰ অনুসৰি অসমলৈ প্ৰেৰণ কৰা হৈছে অৰ্ধ সামৰিক বাহিনীৰ ১টা দল।
  • দুয়োখন ৰাজ্যত কেব বিৰোধী আন্দোলন দমনৰ বাবে তৎপৰ হৈছে কেন্দ্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in