শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন : ১৫ মেলৈ বন্ধ থাকিব ৰংঘৰ,তলাতল ঘৰ…

376
  • দেশত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমন ।
  • কোভিডৰ ভয়াবহতাৰ বাবে ভাৰতীয় পুৰাতাত্বিক বিভাগৰ বিশেষ নিৰ্দেশনা ।
  • পুৰাতাত্বিক বিভাগৰ অধীনস্থ সকলো স্থান ১৫ মেলৈ বন্ধ থাকিব ।
  • অসমত কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত আছে প্ৰায় ৫৫ টা স্থান ।
  • কেন্দ্ৰীয় পুৰাতাত্বিক বিভাগৰ অধীনত থকা ৰংঘৰ,তলাতল ঘৰ,বিষ্ণুদৌল আদি বন্ধ থাকিব ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি