কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ নিক্ষেপ চিয়াহী, অসহায় মন্ত্ৰীয়ে ক’লে, “কেৱল লক্ষ্য মই নাছিলো…”

কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ নিক্ষেপ চিয়াহী, অসহায় মন্ত্ৰীয়ে ক’লে, “কেৱল লক্ষ্য মই নাছিলো…”
  • পাটনা চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিয়াহী নিক্ষেপ।
  • অশ্বিনী চৌবেৰ গালৈ কোনো লোকে নিক্ষেপ কৰে চিয়াহী।
  • এই ঘটনাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
  • ইফালে এই কাৰ্যৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত গা এৰা মন্তব্যহে দিয়ে মন্ত্ৰীগৰাকীয়ে।
  • মন্ত্ৰীগৰাকীয়ে কয় যে, 'মাত্ৰ মোৰ গা লৈকে চিয়াহী মৰা নাছিল।'
  • 'উপস্থিত থকা সাংবাদিকসকলৰ গা লৈকো নিক্ষেপ কৰা হৈছিল চিয়াহী।'
  • পূৰ্বেও অপৰাধৰে জড়িত লোকে এই ঘটনা সংঘটিত কৰিছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in