শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ নিক্ষেপ চিয়াহী, অসহায় মন্ত্ৰীয়ে ক’লে, “কেৱল লক্ষ্য মই নাছিলো…”

1,435
  • পাটনা চিকিৎসা মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিয়াহী নিক্ষেপ।
  • অশ্বিনী চৌবেৰ গালৈ কোনো লোকে নিক্ষেপ কৰে চিয়াহী।
  • এই ঘটনাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
  • ইফালে এই কাৰ্যৰ প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নত গা এৰা মন্তব্যহে দিয়ে মন্ত্ৰীগৰাকীয়ে।
  • মন্ত্ৰীগৰাকীয়ে কয় যে, ‘মাত্ৰ মোৰ গা লৈকে চিয়াহী মৰা নাছিল।’
  • ‘উপস্থিত থকা সাংবাদিকসকলৰ গা লৈকো নিক্ষেপ কৰা হৈছিল চিয়াহী।’
  • পূৰ্বেও অপৰাধৰে জড়িত লোকে এই ঘটনা সংঘটিত কৰিছে বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি