মানুহ নহয়! গুৱাহাটীৰ ড্ৰেইনত এইবাৰ সোমাল ট্ৰাক, চাওঁক EXCLUSIVE VIDEO

মানুহ নহয়! গুৱাহাটীৰ ড্ৰেইনত এইবাৰ সোমাল ট্ৰাক, চাওঁক EXCLUSIVE VIDEO
  • নিউ গুৱাহাটীৰ লাষ্টগেটত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নলাত সোমাল চিমেন্টভৰ্তি এখন ট্ৰাক।
  • দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ-০১ডব্লিউ-৩৯৯৭।
  • কথমপি প্ৰাণৰক্ষা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ।
  • নিউ গুৱাহাটীৰ গুডামৰ পৰা চিমেন্ট লৈ আহোতেই নৰ্দমাৰ ওপৰত থকা ৰেলিং ভাঙি খহি পৰে নলাটোত।
  • ট্ৰাকখনত আছিল ৪০০ৰো অধিক চিমেন্টৰ বেগ।
  • ঘটনাস্থলীত এতিয়ালৈক উপস্থিত হোৱা নাই আৰক্ষীৰ লোক।
  • নলাত সম্পূৰ্ণৰূপে সোমাই পৰে চিমেন্টভৰ্তি ট্ৰাকখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in