শেহতীয়া খবৰ
যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...  •  মোৰ বিশ্বাস, কুলভূষণ যাদৱে ন্যায় লাভ কৰিবঃ প্ৰধানমন্ত্ৰী মোডী  •  অবৈধ নাগৰিক বাহিৰ হ’ব লাগিব দেশৰ পৰাঃ ৰাজ্যসভাত অমিত শ্বাহৰ ঘোষণা

মানুহ নহয়! গুৱাহাটীৰ ড্ৰেইনত এইবাৰ সোমাল ট্ৰাক, চাওঁক EXCLUSIVE VIDEO

246
  • নিউ গুৱাহাটীৰ লাষ্টগেটত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নলাত সোমাল চিমেন্টভৰ্তি এখন ট্ৰাক।
  • দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ এএছ-০১ডব্লিউ-৩৯৯৭।
  • কথমপি প্ৰাণৰক্ষা ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনৰ।

  • নিউ গুৱাহাটীৰ গুডামৰ পৰা চিমেন্ট লৈ আহোতেই নৰ্দমাৰ ওপৰত থকা ৰেলিং ভাঙি খহি পৰে নলাটোত।
  • ট্ৰাকখনত আছিল ৪০০ৰো অধিক চিমেন্টৰ বেগ।
  • ঘটনাস্থলীত এতিয়ালৈক উপস্থিত হোৱা নাই আৰক্ষীৰ লোক।
  • নলাত সম্পূৰ্ণৰূপে সোমাই পৰে চিমেন্টভৰ্তি ট্ৰাকখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি