কোৰোনাৰ ভয়াবহতাৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হব বিশ্বকৰ্মা পূজা….

কোৰোনাৰ ভয়াবহতাৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হব  বিশ্বকৰ্মা পূজা….

ডিজিটেল ডেস্ক : বৃহস্পতি বাৰে মহালয়াৰ সমান্তৰালকৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । পূৱাৰ ভাগৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে ।কোৰোনাৰ সংক্ৰমন বাবে অনুষ্টুপীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব বিশ্বকৰ্মা পূজা ।

কোৰোনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসন সমূহে বিভিন্ন পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুতো নীতি নিয়ম বান্ধি দিছে । কোৰোনা ভয়াবহতাৰ বাবে অইনবাৰৰ তুলনাত ম্লান পৰিছে পূজাৰ আনন্দ । কোভিড প্ৰটকলৰ লগতে প্ৰশাসনৰ সকলো নীতি নিয়ম মানি সকলো ভক্তকে পূজা অৰ্চনা কৰিবলৈ আহ্বান প্ৰশাসনৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in