শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

কোৰোনাৰ ভয়াবহতাৰ মাজতে অনুষ্টুপীয়াকৈ উদযাপন কৰা হব বিশ্বকৰ্মা পূজা….

103

ডিজিটেল ডেস্ক : বৃহস্পতি বাৰে মহালয়াৰ সমান্তৰালকৈ বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । পূৱাৰ ভাগৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্বকৰ্মা পূজাৰ আয়োজন কৰা হৈছে ।কোৰোনাৰ সংক্ৰমন বাবে অনুষ্টুপীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হ’ব বিশ্বকৰ্মা পূজা ।

কোৰোনাৰ বাবে ৰাজ্যৰ জিলা প্ৰশাসন সমূহে বিভিন্ন পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বহুতো নীতি নিয়ম বান্ধি দিছে । কোৰোনা ভয়াবহতাৰ বাবে অইনবাৰৰ তুলনাত ম্লান পৰিছে পূজাৰ আনন্দ । কোভিড প্ৰটকলৰ লগতে প্ৰশাসনৰ সকলো নীতি নিয়ম মানি সকলো ভক্তকে পূজা অৰ্চনা কৰিবলৈ আহ্বান প্ৰশাসনৰ ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি