পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ…

পুনৰ যুদ্ধ বিৰতি উলংঘন পাকিস্তানৰ…
  • জম্মু-কাশ্মীৰত যুদ্ধ বিৰতি উলংঘন পাক সেনাৰ।
  • কুলগাম জিলাৰ নৌচেৰা চেক্টৰত বৃহস্পতিবাৰে আবেলি যুদ্ধ বিৰতি উলংঘন কৰে পাকিস্তানে।
  • ভাৰতীয় সেনালৈ লক্ষ্য কৰি গুলী চালনা পাকিস্তানী সেনাৰ।
  • প্ৰত্যুত্তৰত ভাৰতীয় সেনাইয়ো কৰে গুলীচালনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in