শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

চিচিএমবিৰ বৈজ্ঞানিক ড০ মঞ্জুলা ৰেড্ডীলৈ ২০১৯ৰ এনফ’ছিছ পুৰস্কাৰ…

177
  • ঘোষণা কৰা হ’ল ২০১৯ বৰ্ষৰ এনফ’ছিছ পুৰস্কাৰ।
  • চেন্টাৰ ফৰ ছেল্যুলৰ এণ্ড মলিকিউলাৰ বায়’লজী চমুকৈ চিচিএমবিৰ বৈজ্ঞানিক ড০ মঞ্জুলা ৰেড্ডীলৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
  • বেক্টেৰিয়াৰ কোষৰ বেৰৰ গঠনৰ সন্দৰ্ভত কৰা গৱেষণাৰ বাবে ড০ মঞ্জুলা ৰেড্ডীলৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
  • অহা ৭ জানুৱাৰীত বাংগালুৰুত তেওঁক প্ৰদান কৰা হ’ব এই পুৰস্কাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি