চিচিএমবিৰ বৈজ্ঞানিক ড০ মঞ্জুলা ৰেড্ডীলৈ ২০১৯ৰ এনফ’ছিছ পুৰস্কাৰ…

চিচিএমবিৰ বৈজ্ঞানিক ড০ মঞ্জুলা ৰেড্ডীলৈ ২০১৯ৰ এনফ’ছিছ পুৰস্কাৰ…
  • ঘোষণা কৰা হ'ল ২০১৯ বৰ্ষৰ এনফ'ছিছ পুৰস্কাৰ।
  • চেন্টাৰ ফৰ ছেল্যুলৰ এণ্ড মলিকিউলাৰ বায়'লজী চমুকৈ চিচিএমবিৰ বৈজ্ঞানিক ড০ মঞ্জুলা ৰেড্ডীলৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
  • বেক্টেৰিয়াৰ কোষৰ বেৰৰ গঠনৰ সন্দৰ্ভত কৰা গৱেষণাৰ বাবে ড০ মঞ্জুলা ৰেড্ডীলৈ আগবঢ়োৱা হয় এই পুৰস্কাৰ।
  • অহা ৭ জানুৱাৰীত বাংগালুৰুত তেওঁক প্ৰদান কৰা হ'ব এই পুৰস্কাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in