শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

চিবিএছইৰ ফলাফল ঘোষণা, শীৰ্ষস্থানত ২ গৰাকী ছাত্ৰী…

1,246

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে ঘোষণা কৰা হয় চিবিএছই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল। এইবাৰ অৱশ্যে সমগ্ৰ দেশত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল ছাত্ৰী। দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে দুগৰাকী ছাত্ৰীয়ে। এই দুয়োগৰাকী ছাত্ৰীয়েই উত্তৰপ্ৰদেশৰ

চিবিএছইৰ শ্বেয়াৰমেন অমিতা কৰৱালে এক সংবাদমেলযোগে ঘোষণা কৰে এই ফলাফল। তেওঁ লগতে জনায় যে এইবাৰৰ ফলাফলত দুগৰাকী ছাত্ৰীয়ে শীৰ্ষস্থান লাভ কৰিছে। ছাত্ৰী দুগৰাকী ক্ৰমে- হন্সিকা শুক্লা। তেওঁ ৪৯৯ নম্বৰ লাভ কৰিছে। হন্সিকা গাজিয়াবাদৰ মেৰঠ ৰোডস্থিত ডিপিএছৰ ছাত্ৰী। আৰু আনগৰাকী ছাত্ৰী হ’ল কৰিশ্মা অৰৌৰা। তেওঁ ৪৯৯ নম্বৰেই লাভ কৰিছে। কৰিশ্মা উত্তৰপ্ৰদেশৰ মুজফৰনগৰস্থিত এছ ডি পাব্লিক স্কুলৰ ছাত্ৰী।

উল্লেখ্য যে, এইবাৰ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ হাৰ ৮৩.৪ শতাংশ। ইয়াৰে ছাত্ৰীয়ে উত্তীৰ্ণ হোৱা হাৰ ৮৮.৭০ শতাং। আৰু ছাত্ৰই উত্তীৰ্ণ হোৱা হাৰ ৭৯.৪ শতাংশ। দ্বাদশ শ্ৰেণীৰ ফলাফলৰ বাবে চিবিএছইৰ অফিচিয়েল ৱেবছাইট cbseresults.nic.in  আৰু results.nic.inত লাভ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি