শেহতীয়া খবৰ
অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • অসম পাবহি নেকি কাকতি ফৰিং? ৫ ৰাজ্যত কাকতি ফৰিঙৰ সন্ত্ৰাস... • কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য...

জুলাই মাহত অনুষ্ঠিত হ’ব CBSEৰ পৰীক্ষা…

353

ডিজিটেল ডেস্কঃ কোৰোনাৰ ত্ৰাসৰ মাজতে শুকুৰবাৰে কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰণালয়ে চি বি এছ ইৰ পৰীক্ষাৰ তাৰিখৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। শুকুৰবাৰে ঘোষণা কৰা হৈছে যে, CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ১ জুলাইৰ পৰা ১৫ জুলাইৰ ভিতৰত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, এই বৰ্ষৰ চি বি এছ ই পৰীক্ষা অনুষ্ঠিত নহয় বুলি চৰ্চা চলি থকাৰ মাজতে যোৱা ৩০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা হ’ব বুলি স্পষ্ট কৰি দিছিল। কেন্দ্ৰীয় মানৱ সংসাধন মন্ত্ৰণালয়ে লগতে ঘোষণা কৰিছে যে, চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ২৯ টা গুৰুত্বপূৰ্ণ বিষয়ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ তেওঁলোক সাজু।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি