কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত…

কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত…
  • কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল ।
  • চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বৰ্তমানলৈ স্থগিত কৰা হৈছে ।
  • কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা ।
  • দশম শ্ৰেণীৰ ফলাফলবোৰ ব'ৰ্ডৰ দ্বাৰা অনুষ্ঠিত বস্তুনিষ্ঠ চৰ্তৰ আধাৰত প্ৰস্তুত কৰা হ'ব ।
  • ইপিনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত ১ জুনত অনুষ্ঠিত হ'ব এক পৰ্যালোচনা বৈঠক ।
  • দেশত বৃদ্ধি হোৱা কোভিডৰ সংক্ৰমনৰ বাবে এই সিদ্ধান্ত শিক্ষা মন্ত্ৰানালয়ৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in