শেহতীয়া খবৰ
ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেতৃৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...

কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল, দ্বাদশ শ্ৰেণীৰ পৰীক্ষা স্থগিত…

  • কোভিড পৰিস্থিতিৰ বাবে চিবিএছই দশম শ্ৰেণীৰ পৰীক্ষা বাতিল ।
  • চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বৰ্তমানলৈ স্থগিত কৰা হৈছে ।
  • কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে জাৰি কৰে এই নিৰ্দেশনা ।
  • দশম শ্ৰেণীৰ ফলাফলবোৰ ব’ৰ্ডৰ দ্বাৰা অনুষ্ঠিত বস্তুনিষ্ঠ চৰ্তৰ আধাৰত প্ৰস্তুত কৰা হ’ব ।
  • ইপিনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত ১ জুনত অনুষ্ঠিত হ’ব এক পৰ্যালোচনা বৈঠক ।
  • দেশত বৃদ্ধি হোৱা কোভিডৰ সংক্ৰমনৰ বাবে এই সিদ্ধান্ত শিক্ষা মন্ত্ৰানালয়ৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি