শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

প্ৰথমবাৰৰ বাবে ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা..

ডিজিটেল ডেস্কঃ সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ছেমিষ্টাৰ-১ ব’ৰ্ড পৰীক্ষা। পোন প্ৰথমবাৰৰ বাবে চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ছেমিষ্টাৰ পদ্ধতিত অনুষ্ঠিত কৰিছে। এই পৰীক্ষাত পৰীক্ষাৰ্থীসকলে কেৱল মাত্ৰ অ’ এম আৰ শ্বীটত উত্তৰ কৰিব লাগিব।

উল্লেখ্য যে শিক্ষাৰ্থীসকলে চি বি এছ ইৰ অফিচিয়েল ৱেবছাইট cbse.gov.in দৰ্শন কৰি পৰীক্ষাৰ সম্পূৰ্ণ তাৰিখ পত্ৰিকা চাব পাৰে। আনহাতে দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষা মঙ্গলবাৰৰ পৰা আৰম্ভ হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি