শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...  •  অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১'...

জানুৱাৰী-ফেব্ৰুৱাৰীত অনুষ্ঠিত নহয় চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা…

402

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ নিশাংক পখ্ৰীয়ালৰ গুৰুত্বপূৰ্ণ ঘোষণা. কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ ২০২১ বৰ্ষৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহয় জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত এক ভাৰ্চুৱেল বাৰ্তালাপত কয়- ‘দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। আৰু কেতিয়া এই পৰীক্ষা অনুষ্ঠিত কৰা হ’ব সেই সন্দৰ্ভত পাছত লোৱা হ’ব সিদ্ধান্ত।’

তদুপৰি, অনলাইনযোগে চিবিএছই বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰি বুলিও স্পষ্ট কৰিলে মন্ত্ৰী পখ্ৰীয়ালে। ইয়াৰে পূৰ্বে তেওঁ ১০ ডিচেম্বৰত ভাৰ্চুৱেল বাৰ্তালাপত ছাত্ৰ-ছাত্ৰীসকলক অনলাইন মাধ্যমেৰে এই পৰীক্ষা অনুষ্ঠিত নহয় বুলি ঘোষণা কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি