জেৰা আৰম্ভ! পি চিদাম্বৰামক লৈ যোৱা হৈছে চিবিআইৰ মুখ্য কাৰ্যালয়ৰ এটা বিশেষ কোঠালৈ…

  • পি চিদাম্বৰামক গ্ৰেপ্তাৰ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে চিবিআইয়ে।
  • চিবিআইৰ মুখ্য কাৰ্যালয়ত থকা এটা কোঠালৈ লৈ যোৱা হৈছে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক।
  • এই কোঠাটোতেই চিদাম্বৰামক কৰা হ'ব জেৰা।
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক দিয়া হৈছে এৰেষ্ট মেম'।
  • বৃহস্পতিবাৰে চিবিআই ক'ৰ্টত হাজিৰ কৰা হ'ব চিদাম্বৰামক।
  • আদালতত হাজিৰ কৰাৰ পূৰ্বে প্ৰাক্তন বিত্তমন্ত্ৰীগৰাকীক কৰা হ'ব স্বাস্থ্য পৰীক্ষা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in