এইবাৰ ৰঙিয়াত জব্দ ১২টা কৈ গৰু…

এইবাৰ ৰঙিয়াত জব্দ ১২টা কৈ গৰু…
  • ৰংজুলি, কলিয়াবৰৰ পিছত এইবাৰ ৰঙিয়াত জব্দ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু।
  • ৰঙিয়াৰ ৩১নং ৰাষ্ট্রীয় ঘাইপথত চলালে আৰক্ষীয়ে অভিযান।
  • অভিযানত ১২টা গৰুসহ জব্দ এখন মেজিক বাহন।
  • আৰক্ষীয়ে আটক কৰে ৩ গৰু সৰবৰাহকাৰীক।
  • বালিকুছিৰ পৰা বৰপেটাৰ বহৰীলৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰা হয় গৰু কেইটা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in