শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী
এই শ্ৰেণীৰ লেখাসমূহ

মূখ্য-পৃষ্ঠা

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ

ডিজিটেল সংবাদ, গোলাঘাটঃ নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ মুখ্য প্ৰকল্প প্ৰবন্ধক প্ৰিয়ব্ৰত দাসক ৮ঘণ্টা ধৰি জেৰা কৰে…

ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ডিজিটেল ডেস্কঃ অৱশেষত পঞ্চভূতত বিলীন হ'ল নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। সম্পূৰ্ণ…

আওপকীয়াকৈ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ নেকি দেবোলালৰ?

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিন্দু লাংথাছা আৰু পূৰ্ণেন্দু লাংথাছাক ডিএইছডি(জে)ই হত্যা কৰিছিল। স্বাধীনতা দিৱস উপলক্ষে…

ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ’ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াঃ শেষ যাত্ৰাত সংগ দিলে লাখ লাখ…

ডিজিটেল ডেস্কঃ শোক সাগৰত বুৰাই থৈ গুচি গ’ল অটল বিহাৰী বাজপেয়ী। তেওঁৰ নশ্বৰ দেহ লৈ ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ ৰাওনা হৈছে…

মৃত্যুৰ পাছত বাজপেয়ীক প্ৰথম শ্ৰদ্ধাঞ্জলি দিছিল কোনে?

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত ১৬ আগষ্টত আবেলি ৫.০৫বজাত  আনুষ্ঠানিকভাৱে সকলোৱে মানি ল’লে- প্ৰাক্তন…

জঘন্য, বৰ্বৰ! বাজপেয়ীৰ নশ্বৰ দেহৰ সমুখতে স্বামী অগ্নিৱেশক আক্ৰমণ

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুক লৈ সমগ্ৰ দেশে ৰাষ্ট্ৰীয় শোক পালন কৰাৰ সময়তে…

বাংগালুৰুত এলিয়েন! বিস্ফোৰণ, ভূমিকম্পক লৈ ৰহস্য

ডিজিটেল ডেস্কঃ বাংগালুৰুত এলিয়েন। চহৰখনৰ বহুতেই এতিয়া এনেকৈয়ে ভাবিছে। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত প্ৰচণ্ড বিস্ফোৰণত…