শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ
এই শ্ৰেণীৰ লেখাসমূহ

গুৱাহাটী

আমেৰিকাত ছালমাক সুধিছিল ‘আলফা’, ‘ডি ভোটাৰ’ৰ কথা…

(আমেৰিকাৰ পৰা দেওবাৰে নিশা ঘূৰি আহি দিল্লী পালেহি কামৰূপ  (গ্ৰাম্য)ৰ সোণতলীচৰৰ ছালমা হুছেইন। প্ৰায় ১৫দিনৰ অন্তত…

পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতাত পশু চিকিৎসা মহাবিদ্যালয়ৰ শ্ৰেষ্ঠত্ব অৰ্জন

ডিজিটেল সংবাদ, গুৱাহাটীঃ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ তাৰ্কিকৰ দলে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে পৰাগ কুমাৰ দাস…

বিশ্ব ফটোগ্ৰাফী দিৱসত জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো অসম ফটো সংবাদিক…

গুৱাহাটীত আজি পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈছে সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সদৈ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। এই তৰ্ক…

জি এম চিত বিজ্ঞাপনৰ নামত ব্যাপক অনিয়ম, বিষয়াক মেনেজেৰে ‘প্ৰডিজি’ৰ লুণ্ঠন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী নগৰীত সৌন্দৰ্য বৰ্ধনৰ আঁচনিত ভেঙুচালি কৰি বিজ্ঞাপন সম্বলিত হৰ্ডিং লগোৱাৰ…

পুৱাই গুৱাহাটী শোধনাগাৰৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে পুৱাই শোধনাগাৰৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচী…

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৃক্ষ ৰোপন-গছপুলি বিতৰণেৰে স্বাধীনতা দিৱস পালন

ডিজিটেল ডেস্কঃ ৭২ সংখ্যক স্বাধীনতা দিৱস উলহ-মালহেৰে উদযাপন কৰা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। জি এম চি এইচৰ…