বিহপুৰীয়াত পশু চিকিৎসকৰ বিৰুদ্ধে গোচৰ চক্ৰ বিষয়াৰ…

বিহপুৰীয়াত পশু চিকিৎসকৰ বিৰুদ্ধে গোচৰ চক্ৰ বিষয়াৰ…
  • বান বিধ্বস্ত অঞ্চলত পশু খাদ্য বিতৰণত অৱহেলা কৰা অভিযোগত পশু চিকিৎসা বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু।
  • বিহপুৰীয়া আৰক্ষী থানাত গোচৰ তৰিলে বিহপুৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই৷
  • উল্লেখ্য যে, বাহঁগড়া পশু চিকিৎসালয়ৰ চিকিৎসা বিষয়া ড°বীৰেণ ভূঞাই যোৱা ১, ২ ছেপ্টেম্বৰত বানাক্ৰান্ত বাহঁগড়া-ধূনাগুৰিত পশু খাদ্য বিতৰণত অকৰ্তৃত্তশীলভাৱে উপস্থিত নাছিল ৷
  • চিকিৎসক জনৰ বিৰুদ্ধে দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in