সন্ধিয়া ৭.৩০ বজালৈ কাছাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

সন্ধিয়া ৭.৩০ বজালৈ কাছাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল

কাছাৰ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলঃ

জিলা পৰিষদ মুঠ আসনঃ ২৭ 

  • বিজেপিয়ে লাভ কৰিছেঃ ১২ 
  • কংগ্ৰেছে লাভ কৰিছেঃ ৫ 
  • অগপই লাভ কৰিছেঃ ০
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ০

(সন্ধিয়া ৭.৩০ বজালৈ ঘোষিত আসনৰ সংখ্যা)

পঞ্চায়ত সভাপতিৰ মুঠ সংখ্যাঃ ১৬২ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৭৬
  • কংগ্ৰেছে লাভ কৰিছেঃ ৪৬
  • অগপই লাভ কৰিছেঃ ১
  • এআইইউডিএফে লাভ কৰিছেঃ ১
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ১৪

(সন্ধিয়া ৭.৩০ বজালৈ ঘোষিত আসনৰ সংখ্যা)

 

আঞ্চলিক পঞ্চায়ত সদস্যৰ সংখ্যাঃ ১৬২

  • বিজেপিয়ে লাভ কৰিছেঃ ৮০
  • কংগ্ৰেছে লাভ কৰিছেঃ ৪৭
  • অগপই লাভ কৰিছেঃ ০
  • এআইইউডিএফে লাভ কৰিছেঃ ০
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ১০

(সন্ধিয়া ৭.৩০ বজালৈ ঘোষিত আসনৰ সংখ্যা)

 

ৱাৰ্ড/পঞ্চায়ত সদস্যৰ মুঠ সংখ্যাঃ ১৬২০ 

  • বিজেপিয়ে লাভ কৰিছেঃ ৬২৭
  • কংগ্ৰেছে লাভ কৰিছেঃ ৪৫৭
  • অগপই লাভ কৰিছেঃ ৮
  • এআইইউডিএফে লাভ কৰিছেঃ ১৫
  • অন্যান্য/নিৰ্দলীয়ই লাভ কৰিছেঃ ২১৯

(সন্ধিয়া ৭.৩০ বজালৈ ঘোষিত আসনৰ সংখ্যা)

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in