শেহতীয়া খবৰ
গণনিগ্ৰহ প্ৰতিৰোধ  •  গণনিগ্ৰহ প্ৰতিৰোধ  •  আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...

মহানগৰীৰ ৰাজপথত হঠাৎ জ্বলি উঠিল ইণ্ডিগ’…

  • গুৱাহাটী পানবজাৰ গীৰ্জা ঘৰৰ সমীপত অঘটন ।
  • পাৰ্কিং কৰি থোৱা অৱস্থাত হঠাৎ জ্বলি উঠে এখন গাড়ী ।
  • উপস্থিত ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনী আহি নিৰ্বাপিত কৰে জুই ।
  • ৰখাই থোৱা অৱস্থাতে জ্বলিছিল গাড়ীখন ।
  • টাটা ইণ্ডিগ’ গাড়ী খনৰ অগ্নিকাণ্ডৰ কাৰন জনিব পৰা হোৱা নাই ।
  • গাড়ী খনৰ নম্বৰ এছ এছ ০১ বিই ১৯৮১ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি