মহানগৰীৰ ৰাজপথত হঠাৎ জ্বলি উঠিল ইণ্ডিগ’…

মহানগৰীৰ ৰাজপথত হঠাৎ জ্বলি উঠিল ইণ্ডিগ’…
  • গুৱাহাটী পানবজাৰ গীৰ্জা ঘৰৰ সমীপত অঘটন ।
  • পাৰ্কিং কৰি থোৱা অৱস্থাত হঠাৎ জ্বলি উঠে এখন গাড়ী ।
  • উপস্থিত ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনী আহি নিৰ্বাপিত কৰে জুই ।
  • ৰখাই থোৱা অৱস্থাতে জ্বলিছিল গাড়ীখন ।
  • টাটা ইণ্ডিগ' গাড়ী খনৰ অগ্নিকাণ্ডৰ কাৰন জনিব পৰা হোৱা নাই ।
  • গাড়ী খনৰ নম্বৰ এছ এছ ০১ বিই ১৯৮১ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in