ভয়ংকৰ বিস্ফোৰণ, ৪ টি শিশুৰ সৈতে ১৭ জন লোকৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: সোমবাৰে পশ্চিম চিৰিয়াত সংঘটিত হোৱা এক ভয়ংকৰ কাৰ বিস্ফোৰণত নিহত হয় ১৭ জনকৈ লোক। নিহত সকলৰ ভিতৰত ৪ টি শিশু। এটা মছজিদৰ সমীপত হোৱা এই বিস্ফোৰণত ২০ জনৰো অধিক লোক আহত হৈছে। প্ৰশাসনৰ লোকে সংবাদ মাধ্যমক জনোৱামতে মছজিদৰ পৰা নামাজ পঢ়ি ওলোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানৰ লৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in