চিবিআইৰ প্ৰাক্তন সঞ্চালকৰ বিৰুদ্ধে এইবাৰ কলকতা আৰক্ষীয়ে চলালে অভিযান

চিবিআইৰ প্ৰাক্তন সঞ্চালকৰ বিৰুদ্ধে এইবাৰ কলকতা আৰক্ষীয়ে চলালে অভিযান
  • কলকতাৰ আৰক্ষীৰ বিশেষ অভিযান।
  • চিবিআইৰ প্ৰাক্তন সঞ্চালক এম নাগেশ্বৰ ৰাওৰ বিৰুদ্ধে চলালে এই অভিযান।
  • দুই স্থানত কলকতা আৰক্ষীয়ে চলাইছিল অভিযান।
  • তাৰে এটা স্থান আছিল নাগেশ্বৰ ৰাওৰ পত্নীৰ মালিকানাধীন এটা কোম্পানীৰ কাৰ্যালয়।
  • ছল্ড লেকত আছিল এ এম প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটো।
  • কোম্পানীটোৰ বিৰুদ্ধে পূৰ্বৰে পৰা যথেষ্ট অনিয়মৰ অভিযোগ আছিল বুলি দাবী কলকতা আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in