কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু ৪ গৰাকী কলেজীয়া ছাত্ৰৰ…

কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু ৪ গৰাকী কলেজীয়া ছাত্ৰৰ…
  • কাছাৰৰ কাটিগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা ।
  • ঘটনাস্থলীত মৃত্যু ৪ গৰাকী কলেজীয়া ছাত্ৰৰ ।
  • এজনৰ অবস্থা যথেষ্ট সংকট জনক ।
  • অল্টো আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ
  • মৃত্যু হোৱা ৪ গৰাকী আছিল বদৰপুৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in