৪৮ ঘণ্টা নৌহওত জামিন লাভ অসমীয়া ভাষাত ক’লা ৰং সনা বৰাকৰ দুই নেতাৰ…

৪৮ ঘণ্টা নৌহওত জামিন লাভ অসমীয়া ভাষাত ক’লা ৰং সনা বৰাকৰ দুই নেতাৰ…
  • আটক কৰাৰ ৪৮ ঘণ্টা নৌহওতেই মুক্তি লাভ কৰিলে অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুই বাঙালী নেতা।
  • বৰাকৰ চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ক'লা ৰং সানিছিল।
  • শিলচৰ ৰে'ল ষ্টেচন, আই এছ বি টিত জল জীৱন আঁচনিৰ পোষ্টাৰত তেওঁলোকে সানিছিল ক'লা ৰং।
  • ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিবাদ।
  • প্ৰতিবাদৰ অন্তত সমৰ দাস আৰু ৰাজু দেৱক আটক কৰিছিল কাছাৰ আৰক্ষীয়ে।
  • ইয়াৰ পাছতে ৪৮ ঘণ্টা নৌহওতেই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে দুয়ো নেতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in