শেহতীয়া খবৰ
অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...

৪৮ ঘণ্টা নৌহওত জামিন লাভ অসমীয়া ভাষাত ক’লা ৰং সনা বৰাকৰ দুই নেতাৰ…

  • আটক কৰাৰ ৪৮ ঘণ্টা নৌহওতেই মুক্তি লাভ কৰিলে অসমীয়া ভাষাক অপমান কৰা বৰাকৰ দুই বাঙালী নেতা।
  • বৰাকৰ চৰকাৰী হৰ্ডিংত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে ক’লা ৰং সানিছিল।
  • শিলচৰ ৰে’ল ষ্টেচন, আই এছ বি টিত জল জীৱন আঁচনিৰ পোষ্টাৰত তেওঁলোকে সানিছিল ক’লা ৰং।
  • ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল প্ৰতিবাদ।
  • প্ৰতিবাদৰ অন্তত সমৰ দাস আৰু ৰাজু দেৱক আটক কৰিছিল কাছাৰ আৰক্ষীয়ে।
  • ইয়াৰ পাছতে ৪৮ ঘণ্টা নৌহওতেই বৃহস্পতিবাৰে জামিনত মুক্তি লাভ কৰে দুয়ো নেতাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি