জনতা ভৱনত কেবিনেট বৈঠক, প্ৰাক্তন সেনা জোৱানৰ দাবীক লৈ বিশেষ সিদ্ধান্ত

  • জনতা ভৱনত সোণোৱাল চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক।
  • বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ চৰকাৰৰ।
  • ২০০৫ চনৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত কৰ্মৰত প্ৰাক্তন সেনা বিষয়াক পেঞ্চন দিব ৰাজ্য চৰকাৰে।
  • দীৰ্ঘদিন ধৰি প্ৰাক্তন সেনা জোৱানসকলে এই দাবী কৰি আহিছিল।
  • তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰৰ সঁহাৰি।
  • বিশেষভাৱে সক্ষম লোকসকলক চৰকাৰী বিভাগত নিযুক্তিৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ কথা প্রকাশ চৰকাৰৰ।
  • ইফালে জাবৰৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ বাবেও মনোনিবেশ কৰিব চৰকাৰে।
  • এই অনুসৰি জি ডি ডিক অনুমতি দিয়াৰ বাবে সিদ্ধান্তগ্ৰহণ কৰা হয় কেবিনেট বৈঠকত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in