শেহতীয়া খবৰ
শনিবাৰে পুনৰবাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব ৰঞ্জিত দাসে  •  সোণোৱাল মন্ত্ৰীসভাত ২ নতুন মুখ, পুৱাই কৰিলে শপত গ্ৰহণ  •  পুৰণিগুদামত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শিল্পী দিৱস উদযাপন  •  চৰাইদেউত উদঙীয়া ম’হৰ আক্ৰমণত আহত এজন যুৱক  •  ঢকুৱাখনাৰ "শংকৰ মাধৱ ক্ষেত্ৰ"ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ "সীতা হৰণ বালি বধ" ভাওনা প্ৰদৰ্শন  •  নিউ গোৱালপাৰাৰ শিল্পী দিৱসত কবি-সাহিত্যিক সমীন্দ্ৰ হুজুৰি, 'মানুহক এন্ধাৰৰ পৰা পোহৰলৈ অনাত যিয়ে শিল্পী মাধ্যমক ব্যৱহাৰ কৰিব পাৰে সিয়েই জনতাৰ শিল্পী'  •  দ্বিতীয়খন এদিনীয়াত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৩৬ ৰানৰ ব্যৱধানত জয়...  •  ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১  •  পৰ্যটন মহোৎসৱৰ দ্বিতীয় দিনটোত লোকে-লোকাৰণ্য ভৈৰৱকুণ্ড, দেশী-বিদেশী পৰ্যটকে সোৱাদ ল'লে বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য  •  আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু...

বিৰুদ্ধে নহয়, এইবাৰ গুৱাহাটীৰ ৰাজপথত কেবৰ সমৰ্থনত সমদল…

1,265
  • ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদৰ মাজতে এইবাৰ গুৱাহাটীৰ ৰাজপথত এবিভিপিৰ সমদল।
  • কেবৰ সমৰ্থনত ৰাজপথত সমদল বাহিৰ কৰে এবিভিপিয়ে।
  • কেবক লৈ জনতাক সজাগ আৰু সচেতন কৰাৰ বাবে এই সমদল এবিভিপিৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ভুৱা প্ৰচাৰ চলোৱা হৈছে বুলি দাবী সংগঠনটোৰ।
  • কেবৰ নৈতিক সমৰ্থনত সমদল বাহিৰ।
  • এবিভিপি নেতাৰ দাবী- ভাৰতবৰ্ষ সাম্প্ৰদায়িক ভিত্তিত বিভাজন হৈছিল।
  • ইফালে একাংশ প্ৰতিবাদকাৰীয়ে নিজেই নাজানে তেওঁলোকে কিয় কেবৰ সমৰ্থন কৰে।
  • তেওঁলোক হিন্দু বাবেই কেবৰ সমৰ্থন কৰিছো বুলি জানিবলৈ দিয়ে সাংবাদিকক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি