বিৰুদ্ধে নহয়, এইবাৰ গুৱাহাটীৰ ৰাজপথত কেবৰ সমৰ্থনত সমদল…

বিৰুদ্ধে নহয়, এইবাৰ গুৱাহাটীৰ ৰাজপথত কেবৰ সমৰ্থনত সমদল…
  • ৰাজ্যজুৰি কেব বিৰোধী প্ৰতিবাদৰ মাজতে এইবাৰ গুৱাহাটীৰ ৰাজপথত এবিভিপিৰ সমদল।
  • কেবৰ সমৰ্থনত ৰাজপথত সমদল বাহিৰ কৰে এবিভিপিয়ে।
  • কেবক লৈ জনতাক সজাগ আৰু সচেতন কৰাৰ বাবে এই সমদল এবিভিপিৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ভুৱা প্ৰচাৰ চলোৱা হৈছে বুলি দাবী সংগঠনটোৰ।
  • কেবৰ নৈতিক সমৰ্থনত সমদল বাহিৰ।
  • এবিভিপি নেতাৰ দাবী- ভাৰতবৰ্ষ সাম্প্ৰদায়িক ভিত্তিত বিভাজন হৈছিল।
  • ইফালে একাংশ প্ৰতিবাদকাৰীয়ে নিজেই নাজানে তেওঁলোকে কিয় কেবৰ সমৰ্থন কৰে।
  • তেওঁলোক হিন্দু বাবেই কেবৰ সমৰ্থন কৰিছো বুলি জানিবলৈ দিয়ে সাংবাদিকক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in