নাগৰিকত্ব সংশোধনী বিধেয়কলৈ মুকলি সমৰ্থন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

নাগৰিকত্ব সংশোধনী বিধেয়কলৈ মুকলি সমৰ্থন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ
  • নাগৰিকত্ব সংশোধনী বিধেয়কলৈ মুকলি সমৰ্থন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ।
  • গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে বিধেয়কখনক সমৰ্থন।
  • বিধেয়কৰ বিৰোধিতাৰ নামত অপ–প্ৰচাৰ বন্ধ কৰিবলৈ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই আৰু কৃষক নেতা অখিল গগৈক সকীয়াই দিলে সংগঠনটোৱে।
  • ড০ গোহাঁই আৰু অখিল গগৈয়ে অসমক জটিলতাৰ মাজলৈ ঠেলি দিয়াৰ অভিযোগ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in