নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপি নেতা ৰাম মাধৱৰ প্ৰতিক্ৰিয়া…

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপি নেতা ৰাম মাধৱৰ প্ৰতিক্ৰিয়া…
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱৰ প্ৰতিক্ৰিয়া।
  • লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাত আনন্দ প্ৰকাশ বিজেপিৰ নেতাজনৰ।
  • 'এয়া কেন্দ্ৰীয় চৰকাৰৰ এখন বৃহৎ পদক্ষেপ।'
  • 'দুয়োখন সদনতে বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়া অতি শীঘ্ৰে ই আইনত পৰিণত হ'ব।'
  • 'যাৰ দ্বাৰা লক্ষাধিক শৰণাৰ্থীয়ে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।'
  • 'এই শৰণাৰ্থীসকলে পূৰ্বৰে পৰাই ভাৰতলৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ কৰি আহিছে।'
  • 'এতিয়া তেওঁলোকো ভাৰতীয় নাগৰিক হিচাপে পৰিচিত হ'ব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in