শেহতীয়া খবৰ
স্মাৰ্ট ফোন টিপি পাৰ কৰা সময়ৰ পৰা ১০ মিনিট উলিয়াই পৰিয়ালৰ সৈতে কটাই চোৱাঃ ‘পৰীক্ষা পে চৰ্চা’ত শিক্ষাৰ্থীক পৰামৰ্শ প্ৰধানমন্ত্ৰী মোডীৰ...  •  ‘কা’, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দিল্লীত কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰতিবাদ...  •  অপ্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰূপে নিৰ্বাচিত জে পি নড্ডা...  •  মঙলদৈৰ দুকুৰি দৰিদ্ৰ পৰিয়ালক গৰম কাপোৰ উপহাৰ দি ভোগালীৰ ওলগ 'খাটি দৰঙীয়া ঝিয়া-লিকিৰা’ৰ  •  গোৱালপাৰাত ক’লা পতাকা প্ৰদৰ্শন মন্ত্ৰী অতুল বৰাক, VIDEO  •  সোমবাৰৰ পৰা খৈৰাবাৰীত আৰম্ভ ৫৯সংখ্যক বড়ো সাহিত্য সভা, উখল মাখল দাউহাৰু পথাৰ  •  এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপি নেতা ৰাম মাধৱৰ প্ৰতিক্ৰিয়া…

1,004
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱৰ প্ৰতিক্ৰিয়া।
  • লোকসভা আৰু ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাত আনন্দ প্ৰকাশ বিজেপিৰ নেতাজনৰ।
  • ‘এয়া কেন্দ্ৰীয় চৰকাৰৰ এখন বৃহৎ পদক্ষেপ।’
  • ‘দুয়োখন সদনতে বিধেয়কখন গৃহীত হোৱাৰ পিছত এতিয়া অতি শীঘ্ৰে ই আইনত পৰিণত হ’ব।’
  • ‘যাৰ দ্বাৰা লক্ষাধিক শৰণাৰ্থীয়ে সকাহ লাভ কৰিবলৈ সক্ষম হৈছে।’
  • ‘এই শৰণাৰ্থীসকলে পূৰ্বৰে পৰাই ভাৰতলৈ আহি স্থায়ীভাৱে বাস কৰিবলৈ কৰি আহিছে।’
  • ‘এতিয়া তেওঁলোকো ভাৰতীয় নাগৰিক হিচাপে পৰিচিত হ’ব।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি