নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শতাধিক শিক্ষাৰ্থী

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজপথত শতাধিক শিক্ষাৰ্থী
  • মহানগৰীত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদ।
  • কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী।
  • গুৱাহাটী ক্লাবৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল।
  • মহানগৰীৰ সকলো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী সমদলত।
  • শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী প্ৰতিবাদকাৰীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in