মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ… VIDEO

মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ… VIDEO
  • মৰিগাঁৱত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।
  • স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদত যোগ দিলে সহস্ৰাধিক লোকে।
  • মৰিগাঁৱৰ বাখৰবড়ি চাৰি আলিৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে অসংখ্য লোকে।
  • চৰকাৰক কেব সমৰ্থনৰ স্থিতি সলাবলৈ দাবী প্ৰতিবাদকাৰীৰ।
  • কেব বাতিল নহ'লে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।
  • অসমৰ খিলঞ্জীয়াই কোনো পধ্যেই কেব মানি নলয় বুলি দাবী প্ৰতিবাদকাৰীৰ।
  • উল্লেখ্য যে, বুধবাৰে ৰাজ্যসভাত কেব গৃহীত হোৱাৰ পিছতে অধিক উত্তপ্ত হৈ পৰে ৰাজ্যৰ পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in