জাপানৰ প্ৰধানমন্ত্ৰীৰ আদৰণী তোৰণত অগ্নিসংযোগ, সান্ধ্য আইন জাৰী কৰাৰ পিছতো মহানগৰত কেব বিৰোধী প্ৰতিবাদ অব্যাহত…

জাপানৰ প্ৰধানমন্ত্ৰীৰ আদৰণী তোৰণত অগ্নিসংযোগ, সান্ধ্য আইন জাৰী কৰাৰ পিছতো মহানগৰত কেব বিৰোধী প্ৰতিবাদ অব্যাহত…
  • সান্ধ্য আইন জাৰী কৰাৰ পিছতো মহানগৰীত অব্যাহত উত্তেজনা।
  • তাজ ভিভাণ্টাৰ সন্মুখত জাপানৰ প্ৰধানমন্ত্ৰী আদৰণী তোৰণত প্ৰতিবাদকাৰীয়ে লগালে জুই।
  • আদৰণিৰ বাবে নিৰ্মাণ কৰা মঞ্চখনতো অগ্নি সংযোগ।
  • গেমছ ভিলেজৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in