উত্তপ্ত হৈ পৰিছে গুৱাহাটী মহানগৰ, ৰাজপথত হাজাৰ হাজাৰ লোক

উত্তপ্ত হৈ পৰিছে গুৱাহাটী মহানগৰ, ৰাজপথত হাজাৰ হাজাৰ লোক
  • ৰাজপথত হাজাৰ হাজাৰ লোক।
  • উত্তপ্ত হৈ পৰিছে গুৱাহাটী মহানগৰ।
  • ৰাজপথত অৱস্থান কৰিছে বহু অসমীয়াই।
  • সকলো লোকে কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
  • চৰকাৰক গৰিহণা দল-সংগঠনৰ।
  • বৰ্তমানৰ লৈকে কেবাজনো লোক আহত হোৱাৰ লগতে নিহত হৈছে ২জন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in