শেহতীয়া খবৰ
এলাহাবাদ চহৰৰ নাম প্ৰয়াগৰাজ কৰাক লৈ উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ...  •  ধুবুৰীত ATMৰ পৰা চোৰে লুটি নিলে ৪২ লাখ ৪৭ হাজাৰ টকা...  •  নুমলীগড়ৰ দৈগ্ৰোঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'কা’ বিৰোধী প্ৰতিবাদ...  •  আমাৰ ওচৰত সংখ্যাগৰিষ্ঠতা থকা বাবেই আমি ভীতি প্ৰদৰ্শনৰ ৰাজনীতি কৰিব নোৱাৰোঃ 'কা’ক লৈ প্ৰতিক্ৰিয়া বিজেপি নেতা চি কে বসুৰ  •  জম্মু-কাশ্মীৰত নিহত ৩ সন্ত্ৰাসবাদী...  •  বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা নোখোজে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে...  •  নিশা দুৱাৰ খোলা পলম হোৱাৰ বাবেই পত্নীক গুলীয়ালে এগৰাকী DSP য়ে...  •  বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ নিৰ্বাচনৰ দৌৰত আছে একাধিক নেতা, দিল্লীৰ মুখ্য কাৰ্যালয়ত মনোনয়ন দাখিল পৰ্ব…  •  ‘কা’ৰ সমৰ্থন নকৰা বুদ্ধিজীৱীসকল তৃণমূল কংগ্ৰেছৰ পোহনীয়া কুকুৰঃ বিজেপি সাংসদৰ বিতৰ্কিত মন্তব্য  •  ৰবাৰ্ট বাদ্ৰাৰ ঘনিষ্ঠ ব্যৱসায়ী চি জি থম্পীক গ্ৰেপ্তাৰ...

পুৱাই ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত আইনত পৰিণত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক…

260
  • কেবত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে।
  • এতিয়াৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ’ল।
  • ৰাজ্যত অব্যাহত থকা প্ৰতিবাদৰ মাজতে আইনত পৰিণত হ’ল বিধেয়কখন।
  • উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে স্বাক্ষৰ কৰিলে বিধেয়কখনত।
  • ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাণ হেৰুৱাইছে ৩জন লোকে।
  • ইফালে জিএমচিএইচত ২৬ জন লোক চিকিৎসাধীন বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি