পুৱাই ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত আইনত পৰিণত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক…

পুৱাই ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ পিছত আইনত পৰিণত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক…
  • কেবত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে।
  • এতিয়াৰে পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'ল।
  • ৰাজ্যত অব্যাহত থকা প্ৰতিবাদৰ মাজতে আইনত পৰিণত হ'ল বিধেয়কখন।
  • উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে স্বাক্ষৰ কৰিলে বিধেয়কখনত।
  • ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰাণ হেৰুৱাইছে ৩জন লোকে।
  • ইফালে জিএমচিএইচত ২৬ জন লোক চিকিৎসাধীন বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in