শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত বিশিষ্ট পৰমাণু বিজ্ঞানী ড০ শেখৰ বাসুৰ মৃত্যু..  •  ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...

গুৱাহাটী ক্লাৱৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজভৱনলৈ প্ৰতিবাদী সমদল…

249
  • কৃষক মুক্তিৰ ৰাজভৱন যাত্ৰা আৰম্ভ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল।
  • এই প্ৰতিবাদী সমদলত অংশ লৈছে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাই, অধিবক্তা অৰূপ বৰবৰাই।
  • লেখিকা মাইনী মহন্তৰো প্ৰতিবাদত অংশগ্ৰহণ।
  • ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ কেবৰ বিৰুদ্ধে।
  • সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।
  • ৰাজভৱনত উপস্থিত হৈ প্ৰতিবাদকাৰীয়ে ‘কেব’ বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি