গুৱাহাটী ক্লাৱৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজভৱনলৈ প্ৰতিবাদী সমদল…

গুৱাহাটী ক্লাৱৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজভৱনলৈ প্ৰতিবাদী সমদল…
  • কৃষক মুক্তিৰ ৰাজভৱন যাত্ৰা আৰম্ভ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী সমদল।
  • এই প্ৰতিবাদী সমদলত অংশ লৈছে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোঁহাই, অধিবক্তা অৰূপ বৰবৰাই।
  • লেখিকা মাইনী মহন্তৰো প্ৰতিবাদত অংশগ্ৰহণ।
  • ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ কেবৰ বিৰুদ্ধে।
  • সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ।
  • ৰাজভৱনত উপস্থিত হৈ প্ৰতিবাদকাৰীয়ে 'কেব' বাতিলৰ দাবীৰে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব স্মাৰক পত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in