শেহতীয়া খবৰ
দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি মৃত্যু হোৱাৰ সংখ্যা ২১জনলৈ বৃদ্ধি...

আহ ওলাই আহ খিলঞ্জীয়া দেশ ৰাখিবৰ হ’লঃ চানমাৰিত কেবৰ বিৰুদ্ধে গণ অনশনত শিল্পী সমাজ

876
  • চানমাৰিত কেবৰ বিৰুদ্ধে আছুৱে আহ্বান জনোৱা গণ অনশনত হাজাৰ হাজাৰ লোকৰ সমাগম।
  • সকলো লোক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ।
  • কেবৰ বিৰোধ কৰি শতাধিক শিল্পী ওলাই আহিছে প্ৰতিবাদস্থলীলৈ।
  • ‘আহ ওলাই আহ খিলঞ্জীয়া দেশ ৰাখিবৰ হ’ল’ বুলি গান গাই প্ৰতিবাদ।
  • জ্যেষ্ঠ, কণিষ্ঠ বহু শিল্পীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ।
  • অহিংসাই পৰম ধৰ্ম নীতিত বিশ্বাস কৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি