আহ ওলাই আহ খিলঞ্জীয়া দেশ ৰাখিবৰ হ’লঃ চানমাৰিত কেবৰ বিৰুদ্ধে গণ অনশনত শিল্পী সমাজ

আহ ওলাই আহ খিলঞ্জীয়া দেশ ৰাখিবৰ হ’লঃ চানমাৰিত কেবৰ বিৰুদ্ধে গণ অনশনত শিল্পী সমাজ
  • চানমাৰিত কেবৰ বিৰুদ্ধে আছুৱে আহ্বান জনোৱা গণ অনশনত হাজাৰ হাজাৰ লোকৰ সমাগম।
  • সকলো লোক ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ।
  • কেবৰ বিৰোধ কৰি শতাধিক শিল্পী ওলাই আহিছে প্ৰতিবাদস্থলীলৈ।
  • 'আহ ওলাই আহ খিলঞ্জীয়া দেশ ৰাখিবৰ হ'ল' বুলি গান গাই প্ৰতিবাদ।
  • জ্যেষ্ঠ, কণিষ্ঠ বহু শিল্পীয়ে সাব্যস্ত কৰিব প্ৰতিবাদ।
  • অহিংসাই পৰম ধৰ্ম নীতিত বিশ্বাস কৰি আছুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in