‘কা’ৰ বিৰুদ্ধে ধেমাজিত কেইবা সহস্ৰাধিক জনতাৰ ‘ৰণশিঙা’

‘কা’ৰ বিৰুদ্ধে ধেমাজিত কেইবা সহস্ৰাধিক জনতাৰ ‘ৰণশিঙা’
  • ধেমাজিত কা বিৰোধী ৰণশিঙা
  • নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধেমাজিত 'ৰণশিঙা'।
  • আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত অনুষ্ঠিত হৈছে এই প্ৰতিবাদী কাৰ্যসূচী।
  • গীতে-মাতে 'কা'ৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ।
  • নাগৰিকত্ব সংশোধনী আইন কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ।
  • বিভিন্ন চৰকাৰবিৰোধী শ্লগানেৰে উত্তাল হৈ পৰে ধেমাজি।
  • স্বতঃস্ফূৰ্তভাৱে ওলাই আহি প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ধেমাজিৰ কেইবা সহস্ৰাধিক জনতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in