CAA বিৰোধী সমন্বয় সমিতিৰ সংবাদমেল…

ফাইল ফটো
ফাইল ফটো
  • গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত হৈছে কা' বিৰোধী সমন্বয় মঞ্চৰ সংবাদমেল।
  • বিশিষ্ট চিন্তাবিদ ড০ হীৰেণ গোঁহাইয়ে সংম্বোধন কৰে এই সংবাদমেল।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত এই সংবাদমেল।
  • আগন্তুক নিৰ্বাচন ৰাজ্য তথা দেশৰ বাবেও গুৰুত্বপূৰ্ণ।
  • এটা ডাঙৰ ষড়যন্ত্ৰ হৈছে এনআৰচি নসাৎ কৰাৰ বাবে।
  • নতুন এনআৰচিৰ কোনো প্ৰয়োজন নাই।
  • ২০১৬ টো কৈছিলো, ৰাইজে নুবুজিলে।
  • এইবাৰ ৰাইজে বুজিব বুলি আশা কৰিছো বুলি মন্তব্য কৰে হীৰেণ গোঁহাইয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in